Latest: ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ১৩জনৰ মৃত্যু… – Asomiya Pratidin – অসমীয়া প্ৰতিদিন

Latest: ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ১৩জনৰ মৃত্যু… – Asomiya Pratidin – অসমীয়া প্ৰতিদিন

168

  • সোমবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৩জন লোকে হেৰুৱালে প্ৰাণ।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- দীলিপ কুমাৰ বাৰুচ, নিলম্বৰ মিলি, প্ৰফুল্ল কোচ,
  • ৰশ্মী হাতীকাকতি, বিনোদ ৰয়, কুমুদ চহৰীয়া, ৰবিন্দ্ৰ কুমাৰ দাস, ৰবিন সোণোৱাল,
  • প্ৰিয়ংকা শইকীয়া, বিপুল চন্দ্ৰ দাস, হেমচন্দ্ৰ ডেকা, গোপাল শৰ্মা, বিমলেন্দু দত্ত।
  • ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮২জনলৈ পাইছে বৃদ্ধি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here