Latest: ৰাজ্যত নৱ গঠিত আঞ্চলিক দলকলৈ আশাবাদী অভিনেত্ৰী বৰষা ৰানী বিষয়া… – Asomiya Pratidin – অসমীয়া প্ৰতিদিন

Latest: ৰাজ্যত নৱ গঠিত আঞ্চলিক দলকলৈ আশাবাদী অভিনেত্ৰী বৰষা ৰানী বিষয়া… – Asomiya Pratidin – অসমীয়া প্ৰতিদিন

1

ডিজিটেল ডেস্ক : ৰাজ্যত নৱ গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদক লৈ আশাবাদী অভিনেত্ৰী বৰষা ৰানী বিষয়া । নবগঠিত আঞ্চলিক দল সম্পৰ্কত অভিনেত্ৰী গৰাকীয়ে কয় নতুন দলক লৈ মই আশাবাদী।ভৱিষ্যতে কি উত্তৰ পাম ,সেইয়া পাছতহে গম পাম ।

আঁঠুৱা কম্বলৰ উৰ্ধত গৈ নতুন প্ৰজন্মই চিন্তা কৰা উচিত বুলি উল্লেখ কৰি অভিনেত্ৰী গৰাকীয়ে কয় মই প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত নহওঁ।যুৱ প্ৰজন্মৰ লগতে আমাকো আঁঠুৱা কম্বল,ধৰ্মৰ উৰ্ধত ৰাজনীতি।প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত হব পৰাকৈ মানসিক ভাৱে প্ৰস্তুত নহয় ।

আজি জাতি সংকটত । অভিনেত্ৰী গৰাকীয়ে কয় ২০২১ ত জাতিৰ পৰীক্ষা।জাতি জিকিবনে হাৰিব সেইয়া খিলঞ্জীয়া ৰ ওপৰত নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰে অভিনেত্ৰী জনে ।

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here