Latest: নগালেণ্ডৰ চুমুকেডিমা কঁপালে ভূমিকম্পই…

Latest: নগালেণ্ডৰ চুমুকেডিমা কঁপালে ভূমিকম্পই…

  • বুধবাৰে নগালেণ্ডৰ চুমুকেডিমা কঁপাই গ’ল ভূমিকম্পই।
  • চুমুকেডিমাত অনুভূত হয় ২.৭ প্ৰাবল্যৰ ভূমিকম্প।
  • প্ৰায় ৩.৫৩ বজাত অনুভূত হয় ভূমিকম্প।
  • অৱশ্যে কোনো ক্ষয়ক্ষতি হোৱা নাই।

The post নগালেণ্ডৰ চুমুকেডিমা কঁপালে ভূমিকম্পই… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here