Latest: শংকৰদেব সংঘৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া অধিবেশন বাতিল… – Asomiya Pratidin – অসমীয়া প্ৰতিদিন

Latest: শংকৰদেব সংঘৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া অধিবেশন বাতিল… – Asomiya Pratidin – অসমীয়া প্ৰতিদিন

0

  • এইবাৰ নহয় শংকৰদেব সংঘৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া অধিবেশন ।
  • মহামাৰী কৰোনাৰ পৰিপ্ৰেক্ষিতত বাতিল কৰিছে সংঘৰ আগন্তুক অধিৱেশন ।
  • ২০২১ বৰ্ষৰ ৪, ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱাৰ কথা আছিল অধিৱেশনখন ৷
  • শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাধাৰণ সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই সিদ্ধান্ত৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here