Latest: নগাওঁৰ কাকীত নাবালিকাক ধৰ্ষণ… – Asomiya Pratidin – অসমীয়া প্ৰতিদিন

Latest: নগাওঁৰ কাকীত নাবালিকাক ধৰ্ষণ… – Asomiya Pratidin – অসমীয়া প্ৰতিদিন

1

  • লংকা কাকীত অমানবীয় কাণ্ড।
  • পিতৃ বয়সীয়া এজন ব্যক্তিৰ কামণাৰ বলি হ’ল এগৰাকী নাবালিকা।
  • কিশোৰী ধৰ্ষনকাৰীক ৰাইজে উত্তম মধ্যম দি গতালে দিলে কাকী আৰক্ষীক ।
  • তিনিদিন পুৰ্বে কাকী মুদৈয়নী গাঁৱৰ কলিৰাম মুদৈ নামৰ তিনি সন্তানৰ পিতৃয়ে কৰে এই জঘন্য কাণ্ড।
  • ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি কলিৰাম মুদৈয়ে কাষৰে এগৰাকী বাৰ বছৰীয়া কণ্যা সন্তানক ঘৰলৈ মাতি কৰে এই জঘণ্য কাণ্ড।
  • ইতিমধ্যে এই অপকৰ্মৰ কথা স্বীকাৰ কৰে কলিৰামে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here