Latest: উলুবাৰীৰ বি বৰুৱা ৰোডস্থিত ‘স্পৰ্টছ ইণ্ডিয়া’ বিপনীত ভয়ংকৰ অগ্নিকাণ্ড…

Latest: উলুবাৰীৰ বি বৰুৱা ৰোডস্থিত ‘স্পৰ্টছ ইণ্ডিয়া’ বিপনীত ভয়ংকৰ অগ্নিকাণ্ড…

  • মহানগৰীৰ উলুবাৰীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।
  • স্পৰ্টছ ইণ্ডিয়া নামৰ এক বিপনীত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
  • শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
  • ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী।
  • বি বৰুৱা ৰোডস্থিত এই দোকানখনত সংঘটিত হৈছে অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত ভস্মীভূত দোকানখনৰ বহু পৰিমানৰ সা-সামগ্ৰী।

The post উলুবাৰীৰ বি বৰুৱা ৰোডস্থিত ‘স্পৰ্টছ ইণ্ডিয়া’ বিপনীত ভয়ংকৰ অগ্নিকাণ্ড… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here