Latest: পুনৰ ৰাজ্যত ২০২জন কোভিড পজিটিভ, আৰোগ্য হৈছে ৭৭১জন…

Latest: পুনৰ ৰাজ্যত ২০২জন কোভিড পজিটিভ, আৰোগ্য হৈছে ৭৭১জন…

  • অসমত নতুনকৈ ২০২জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • ইয়াৰে ৩৩জন কামৰূপ মেট্ৰ’ৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৮৩৫জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৭৭১জন লোক সুস্থ হৈছে।
  • এতিয়ালৈকে অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা ২০৪০৭৬জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ৪৭৯৯জন ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫৭জনলৈ বৃদ্ধি।

The post পুনৰ ৰাজ্যত ২০২জন কোভিড পজিটিভ, আৰোগ্য হৈছে ৭৭১জন… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here