Latest: পৰাগ ভূঞাৰ মৃত্যুঃ চিআইডিয়ে কৰিব তদন্ত…

Latest: পৰাগ ভূঞাৰ মৃত্যুঃ চিআইডিয়ে কৰিব তদন্ত…

  • জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ ভাৰ চি আই ডিয়ে কৰিব।
  • চিআইডিক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷
  • কি পৰিস্থিতিত সাংবাদিক গৰাকীয়ে মৃত্যুবৰণ কৰিলে এই সমগ্ৰ ঘটনাৰাজি চি আই ডিয়ে পুংখানুপুংখভাৱে তদন্ত কৰিব৷

The post পৰাগ ভূঞাৰ মৃত্যুঃ চিআইডিয়ে কৰিব তদন্ত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here