Latest: শুকুৰবাৰে আঞ্চলিক গণ মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অজিত কুমাৰ ভূঞাৰ সংবাদমেল..

Latest: শুকুৰবাৰে আঞ্চলিক গণ মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অজিত কুমাৰ ভূঞাৰ সংবাদমেল..

  • ১৩ নবেম্বৰত ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই সম্বোধন কৰিব এক সংবাদমেল।
  • শুকুৰবাৰৰ দিনৰ ১ বজাত গুৱাহাটীৰ আঞ্চলিক গণ মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যালয়ত এই সংবাদমেল।
  • বিহাৰৰ নিৰ্বাচনী ফলাফল আৰু অসমৰ কেইটামান গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয়ক লৈ এই সংবাদমেল সম্বোধন কৰিব তেওঁ।

The post শুকুৰবাৰে আঞ্চলিক গণ মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অজিত কুমাৰ ভূঞাৰ সংবাদমেল.. appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here