Latest: সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত নগাঁৱত প্ৰতিবাদ… – Asomiya Pratidin – অসমীয়া প্ৰতিদিন

Latest: সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত নগাঁৱত প্ৰতিবাদ… – Asomiya Pratidin – অসমীয়া প্ৰতিদিন

4

ডিজিটেল সংবাদ,কামপুৰঃ প্ৰতিদিন টাইমৰ সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি কামপুৰত দক্ষিণ নগাঁও সাংবাদিক ঐক্য মঞ্চৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাৱস্ত্য কৰে । সৎ সাহসী সাংবাদিক পৰাগ ভূঞাৰ সন্দেহ জনক মৃত্যুত এতিয়া ৰাজ্য জুৰি জ্বলিছে ক্ষোভৰ জুই ।

ধাৰাবাহিক ভাৱে সংবাদ মাধ্যমৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰিবলৈ চৰকাৰক দাবী প্ৰতিবাদকাৰীৰ। পৰিকল্পিত হত্যাৰ বলি হোৱা পৰাগ ভূঞা পৰিয়ালে ন্যায় পোৱাৰ লগতে সাংবাদিক গৰাকীৰ পৰিয়ালক দহ লাখ টকা আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী চৰকাৰক । আনহাতে ৰাজ্যত সাংবাদিক নিগ্ৰহ বন্ধ কৰাৰ দাবী প্ৰতিবাদকাৰী ৷

Source link

LEAVE A REPLY

Please enter your comment!
Please enter your name here